More
    Assamese QuotesBirthday Wishes in Assamese

    Birthday Wishes in Assamese

    For most of us, our birthday is a time to celebrate with friends and family and enjoy all of the good things that life has to offer. If you’re looking for a unique way to wish someone a happy birthday this year, why not try sending them a message in Assamese? They’ll appreciate your gesture!

    Check out some of the best ways to say happy birthday in Assamese below. 

    Birthday Wish in Assamese

    তোমালৈ জন্মদিনৰ হিয়াভঁৰা ওলগ যাঁচিলো ৷

    তোমালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা যাঁচিলো৷

    তোমাৰ এই জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী- তাৰেই কামনাৰে মোৰ ফালৰ পৰা তোমালৈ হিয়াভঁৰা জন্মদিনৰ শুভকামনা যাঁচিলো৷

    ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক – তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।

    তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে – তাৰেই কামনাৰে জন্মদিনৰ বহুত বহুত শুভেচ্ছা

    আজিৰ এই শুভ দিনটিত তোমালৈ মোৰ মৰমভঁৰা শুভকামনা জনাইছোঁ ৷

    আগন্তক প্ৰতিটো দিনে যেন তোমাৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু অনাবিল আনন্দ কঢ়িয়াই আনে তাৰে কামনাৰে তোমালৈ মোৰ হিয়াভঁৰা জন্মদিনৰ শুভেঁচ্ছা যাঁচিলো৷ জন্মদিনৰ বহুত বহুত শুভেচ্ছা যাঁচিলো

    Birthday Wish in Assamese for Wife

    চৰ্তহীনভাৱে তোমাক ভাল পোৱা আৰু তোমাক বিয়া কৰোৱা আছিল মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত, শুভ জন্মদিন … মোৰ মৰমৰ পত্নী!

    মই তোমাক বহুত ভাল পাওঁ, মোক সদায় বিশেষ অনুভৱ কৰোৱাৰ বাবে ধন্যবাদ। শুভ জন্মদিন প্ৰিয়তমা।

    জীৱনত তোমাৰ উপস্থিতি মোৰ কাৰণে এক সন্মান, মই এই পৃথিৱীৰ আটাইতকৈ ভাগ্যবান স্বামী, তোমাৰ সকলো সপোন দিঠকত পৰিণত হওক। জন্মদিনৰ অলেখ শুভকামনা।

    এগৰাকী পত্নীতকৈও অধিক, তোমাৰ মাজত মই অজীৱনৰ কাৰণে এজন বন্ধু পাইছোঁ। শুভ জন্মদিন।

    শুভ জন্মদিন প্ৰিয়তমা.. ধন্যবাদ সুখে দুখে সদায় মোৰ ছাঁ হৈ থিয় দি থকাৰ বাবে.. ধন্যবাদ মোক প্ৰতিটো মুহূৰ্তত সমৰ্থন কৰাৰ বাবে আৰু মোৰ জীৱনটো পৰিপূৰ্ণ কৰাৰ বাবে… তোমালৈ মোৰ অযুত ভালপোৱা…

    Birthday Wish in Assamese for Husband

    এই বিশেষ দিনটোত মই আপোনাক ক’ব বিচাৰো যে আপুনি মোৰ পৃথিৱী আৰু আপোনাৰ অবিহনে মোৰ জীৱন কল্পনা কৰা টো সম্ভৱ নহয়! জন্মদিনৰ বহুত বহুত শুভেচ্ছা

    এগৰাকী স্বামীতকৈও অধিক, তোমাৰ মাজত মই অজীৱনৰ কাৰণে এজন বন্ধু পাইছোঁ। শুভ জন্মদিন।

    আজিৰ এই জন্মদিনৰ শুভ দিনটিত আপোনলৈ মোৰ মৰমভঁৰা শুভকামনা জনাইছোঁ ৷

    Birthday Wish in Assamese for Son and Daughter

    জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। ভগৱানে তোমাৰ সকলো সপোন সাৰ্থক কৰাৰ লগতে জীৱনলৈ কঢ়িয়াই আনক প্ৰজ্বলিত জোনাকৰ অনাবিল সুখ আৰু আনন্দ।

    তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা – জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো

    এই জীৱনেই হৈছে সকলোতকৈ শ্রেষ্ঠ উপহাৰ, তোমাৰ জীৱনৰ প্ৰত্যেকটো কৰ্ম হৈ পৰক সফল আৰু আনন্দময় আৰু জীৱন হৈ পৰক সুখী” তাৰেই কামনাৰে – শুভ জন্মদিন

    Birthday Wish in Assamese for Brother and Sister

    আজিৰ এই শুভ দিনটোত অতীতৰ সুখ আৱদ্ধ হওঁক তোমাৰ হৃদয়ত, অতীতৰ দুখবোৰ হেৰাই যাওঁক, আজিৰ পৰাই আৰম্ভ হওঁক জীৱনৰ কৰ্মৰ নতুন উদ্যম আৰু তুমি হোৱা নিপুণ খনিকৰ

    দূখৰ তিক্ততা আঁতৰি, সুখৰ মিঠা অনুভৱেৰে তোমাৰ মন ৰঙীণ হৈ জীৱন হৈ পৰক সুখময়

    আৰু এটা বছৰ কৰিলি তই পাৰ, ভালে থাকে, সুস্থ থাক, এইয়াই কামনা কৰোঁ বাৰ বাৰ।

    আজি তোৰ জন্মদিন, এইয়া এক শুভদিন, সৰ্বদাই থাকক তোৰ জীৱন, আনন্দৰে ৰঙীন।

    Happy Birthday Status in Assamese

    Read more

    Munni
    Munni
    Munni is a student of MCA. She is fond of watching movies and reading novels. While weekdays are spent in college, weekends either involve reading fiction or goes out with friends.
    Get More Buzz

    Latest articles

    Related articles